কলকাতাত ভয়ানক অগ্নিকাণ্ডঃ ১৮ ঘণ্টা ধৰি অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত, চাওঁক কিছু দৃশ্য

কলকাতাত ভয়ানক অগ্নিকাণ্ডঃ ১৮ ঘণ্টা ধৰি অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত, চাওঁক কিছু দৃশ্য
  • কলকাতাৰ বগ্ৰী মাৰ্কেট পুৱাই সংঘটিত জুই এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই।
  • অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা।
  • বিল্ডিংটোৰ সন্মুখৰ ভাগৰ জুই নিয়ন্ত্ৰণলৈ আহিছে যদিও, ভিতৰ ভাগত জ্বলি আছে জুই।
  • ধোঁৱাৰে আৱৰি ধৰিছে সমগ্ৰ অঞ্চলটো।
  • ৩০খনৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত আছে জুই লগা স্থানত।
  • পুৱতি নিশা ২.৪৫বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড।
  • নিশা ৮ বজালৈকে সম্পূৰ্ণ ৰূপে নিৰ্বাপন কৰিব পৰা নাই জুই।
  • এই অগ্নিকাণ্ডত কোটি টকাৰ সা-সাম্পত্তি নষ্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in