ফেনীৰ প্ৰভাৱ! কলকাতাৰ বিমান বন্দৰত বিমান উৰণ বন্ধ…

ফেনীৰ প্ৰভাৱ! কলকাতাৰ বিমান বন্দৰত বিমান উৰণ বন্ধ…
  • ফেনীৰ বাবে কলকাতাৰ বিমান বন্দৰত বিমানৰ উৰণ বন্ধ।
  • কলকাতাৰ আবেলি ৩বজাৰ পৰা ৪ মে'ৰ পুৱা ৮ বজা পৰ্যন্ত বন্ধ থাকিব সকলো বিমানৰ উৰণ।
  • পূৰ্বতে নিশা ৯.৩০ বজাৰ পৰা ৪ মে'ৰ আবেলি ৬ বজা পৰ্যন্ত বিমান উৰণ বন্ধ হ'ব বুলি ঘোষণা কৰিছিল বিমান কৰ্তৃপক্ষই।
  • ওড়িশ্যাৰ পৰা পশ্চিমবংগ অভিমুখে গতি কৰিছে ফেনী।
  • তীব্ৰ বতাহ আৰু বৰষুণৰ বাবে বিমান উৰণত জন্মিব পাৰে ব্যাঘাত।
  • সেয়েহে এই ব্যৱস্থা গ্ৰহণ কৰিছে কলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in