কলিয়াবৰত মেটেকাৰ তলত আৱদ্ধ ঢেকীয়াপতীয়া..

কলিয়াবৰত মেটেকাৰ তলত আৱদ্ধ ঢেকীয়াপতীয়া..
  • কলিয়াবৰৰ কুঠৰী-বাঘমাৰিত বাঘৰ আতংক।
  • বাঘমাৰিৰ এটা খাৱৈত সোমাল এটা বাঘ।
  • বৰ্তমানেও মেটেকাৰ তলত আৱদ্ধ হৈ আছে বাঘটো।
  • কাজিৰঙাৰ পৰা ওলাই আহিছিল আৱদ্ধ হৈ থকা ঢেকীয়াপতীয়া বাঘটো।
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in