পত্নীক চুৰিকাঘাতৰ পাছত আত্মহত্যাৰ অপচেষ্টা যুৱকৰ…

পত্নীক চুৰিকাঘাতৰ পাছত আত্মহত্যাৰ অপচেষ্টা যুৱকৰ…

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত সংঘটিত হিংসাত্মক ঘটনা। প্ৰেমিকৰ চুৰিকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰেমিকা।ভৰিধোৱাৰ অৰিজিৎ বৰ্মন নামৰ যুৱকজনে চুৰিকাঘাত কৰে যুৱতীগৰাকীক।

উল্লেখ্য যে, স্নাতক মহলাৰ ছাত্ৰীগৰাকীক বৃহস্পতিবাৰে দুপৰীয়া প্ৰেমিকাৰ ঘৰত প্ৰৱেশ কৰি কৰে ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে যুৱকজনে। প্ৰেমিকাক চুৰিকাঘাত কৰি নিজেও আত্মহননৰ অপচেষ্টা চলায়। দুয়ো বৰ্তমান জখলাবন্ধা এফ আৰ ইউত চিকিৎস্যাধীন হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in