শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

কলিয়াবৰত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২২ লৈ বৃদ্ধি

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ মহকুমাত কোভিডত আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু ঘটিছে। বুধবাৰে নিশা তেজপুৰ মিছন হস্পিতালত মৃত্যু হোৱা লোক জন হৈছে নলতলি গাঁৱৰ গনেশ ভূঞা(৬২)।জখলাবন্ধা চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে যোৱা ১৭ মে’ৰ পৰা কালিৰ দিনটোলৈকে দুটা মাহত কোভিডত আক্ৰান্ত হৈ কলিয়াবৰত মৃত্যু হোৱা লোকৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পালে।

ইয়াৰ উপৰিও অসমৰ বিভিন্ন ঠাইত চিকিৎসাধীন অৱস্থাত আন কেইবাজনো লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি