কোকৰাঝাৰৰ ভাৰত-ভূটান সীমান্তত উত্তপ্ত পৰিস্থিতি…
- কোকৰাঝাৰ ভাৰত-ভূটান সীমান্তত উত্তেজনা ।
- ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা গৰাইবাজাৰত উৰুকাৰ দিনাই গুলীচালনা ।
- বেদখলকাৰী আৰু বনবিভাগৰ মাজত সংঘাত ।
- বেদখলকাৰীক প্ৰতিহিত কৰিবলৈ গুলীচালনা ।
- বন বিভাগৰ বাহন ভাঙি চুৰমাৰ ।
- ইতিমধ্যে আৰক্ষীৰ বিশাল বাহিনী উপস্থিত ।