কোকৰাঝাৰত শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ

ফাইল ফটো
ফাইল ফটো
  • তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত দেখিবলৈ পোৱা গৈছে বিভিন্ন দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ।
  • কংগ্ৰেছ, বিপিএফ, ইউপিপিএলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলেও চলোৱা দেখা গৈছে প্ৰচাৰ।
  • শুকুৰবাৰে তামুলপুৰত কোকৰাঝাৰৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাই চলাইছে নিৰ্বাচনী প্ৰচাৰ।
  • সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী ৰেলী প্ৰাৰ্থীজনৰ।
  • শব্দ ৰাভাৰ সমৰ্থকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৰেলীত।
  • ইফালে শব্দ ৰাভা জয়ী হ'ব বুলি মন্তব্য কৰিছে সমৰ্থকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in