কে এল অ’ৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীৰ কঠোৰ স্থিতি ! আৰক্ষী অধীক্ষকে ক’লে এই কথা…

কে এল অ’ৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীৰ কঠোৰ স্থিতি ! আৰক্ষী অধীক্ষকে ক’লে এই কথা…
  • নিষিদ্ধ ঘোষিত KLOৰ বিৰুদ্ধে কঠোৰ কোকৰাঝাৰ আৰক্ষী।
  • KLOৰ শীৰ্ষ নেতৃত্বই চৰকাৰৰ সৈতে শান্তি আলোচনাৰ প্রতি আগ্রহী।
  • বিপৰীত স্থিতিত পাৰ্থ প্রতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাৱেল কোচ।
  • এই সকল নেতাই আলোচনাৰ প্রক্রিয়া সফল হোৱাটো নিবিচাৰে বুলি মন্তব্য আৰক্ষী অধীক্ষকৰ।
  • এনেধৰণৰ নেতাই ধন সংগ্রহ, ধন দাবী পত্র দি সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিছে।
  • শান্তি আলোচনাৰ বাবে দুৱাৰ খোলা আছে।
  • হিংসাত্মক কাৰ্য-কলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ'ব বুলিও ঘোষণা।
  • কোকৰাঝাৰ আৰক্ষী অধীক্ষক প্রতীক বিজয় কুমাৰ থুবেৰ এই মন্তব্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in