কোকৰাঝাৰত ৰে’লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত…

কোকৰাঝাৰত ৰে’লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত…
  • কোকৰাঝাৰত ৰে'লৰ খুন্দাত এজন গৃহৰক্ষী জোৱানৰ মৃত্যু ।
  • উজনিমুৱা বিজি পেচেঞ্জাৰ ৰে'লৰ খুন্দাত মৃত্যু গৃহৰক্ষী জোৱান জনৰ ।
  • মৃত গৃহৰক্ষী জোৱান জন গৌৰাং নদীৰ দলঙত কৰ্মৰত আছিল ।
  • ৰে'লৰ খুন্দাত নিহত গৃহৰক্ষী জোৱানজন ছাইদুল ইছলাম খন্দকাৰ ।
  • ছাইদুল ইছলাম খন্দকাৰৰ ঘৰ কোকৰাঝাৰ জিলাৰ তুলসীবিলত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in