কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ, নিহত দুই যুৱক…

কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ, নিহত দুই যুৱক…
  • কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ ।
  • ভাৰত -ভূটান সীমান্তৰ লুংছুঙত এনকাউণ্টাৰ ।
  • সংঘৰ্ষত নিহত দুজন যুৱক ৷
  • নিহতদ্বয় ক্ৰমে জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী ।
  • ঘটনাস্থলীৰ পৰা উদ্ধাৰ দুটা পিষ্টল , আঠটা হেণ্ডগ্ৰেণেড আৰু আপত্তিজনক সামগ্ৰী ।
  • যুৱক দুজন নৱগঠিত ULBৰ বুলি সন্দেহ কৰা হৈছে ।
  • দুদিন পূৰ্বে আত্মপ্ৰকাশ কৰি চৰকাৰক ভাবুকি দিছিল নৱগঠিত ইউএলবি য়ে ।
  • পৃথক বড়োলেণ্ড গঠনৰ দাবীত দুদিন পূৰ্বে আত্মপ্ৰকাশ কৰি প্ৰেছবাৰ্তা যোগে নিজ স্থিতি ঘোষণা কৰিছিল নৱগঠিত ইউএলবিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in