কোকৰাঝাৰত মমবাতিৰেই ‘কৰোনা’ লিখি প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ জনালে সঁহাৰি… VIDEO

কোকৰাঝাৰত মমবাতিৰেই ‘কৰোনা’ লিখি প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ জনালে সঁহাৰি… VIDEO
  • কোকৰাঝাৰত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মমবাতি প্ৰজ্বলন।
  • নিশা ৯ বজাৰ লগে লগে ৯ মিনিটৰ বাবে প্ৰজ্বলন কৰা হয় মমবাতি।
  • মমবাতিৰেই 'কৰোনা' লিখি প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ জনালে সঁহাৰি।
https://www.facebook.com/asomiya.pratidin/videos/2677279309162709/
  • নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্যসূচী।
  • কৰোনাৰ প্ৰতিষেধক আৱিস্কাৰ হোৱাৰ বাবে কামনা কৰাৰ লগতে ৰাজ্যত যাতে অধিক হাৰত এই ভাইৰাছ সংক্ৰমণ নহয় তাৰ বাবে জনালে প্ৰাৰ্থনা।
  • অনুষ্ঠানত উপস্থিত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in