কোকৰাঝাৰত বাহনৰ খুন্দাত নিহত পথাচাৰী, গুৰুতৰভাৱে আহত আন এজন…

কোকৰাঝাৰত বাহনৰ খুন্দাত নিহত পথাচাৰী, গুৰুতৰভাৱে আহত আন এজন…
  • কোকৰাঝাৰৰ খাংক্লাৱাডাত ভয়ংকৰ ঘটনা।
  • অচিনাক্ত বাহনে মহতিয়াই নিলে এজন পথাচাৰীক ।
  • বাহনৰ খুন্দাত থিতাতে নিহত পথাচাৰীজন।
  • নিহত ব্যক্তিজনক বৰ্তমানলৈ চিনাক্ত কৰা হোৱা নাই।
  • পূজা চাই ঘৰলৈ উভতাৰ পথত সংঘটিত এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in