শেহতীয়া খবৰ
লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই...  •  বিজেপি নেত্ৰীৰ বাসগৃহ নে ওৱাইন শ্ব’প? আৰক্ষীৰ অভিযানত উদ্ধাৰ ৫ লক্ষাধিক টকাৰ সুৰা, দলৰ পৰাও খালে খেদা... VIDEO  •  লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় আৰু আন সামগ্ৰীসমূহ কঢ়িওৱা বাহন চলাচলত নাথাকিব কোনো প্ৰতিবন্ধকতা...

কোকৰাঝাৰত বাহনৰ খুন্দাত নিহত পথাচাৰী, গুৰুতৰভাৱে আহত আন এজন…

60

  • কোকৰাঝাৰৰ খাংক্লাৱাডাত ভয়ংকৰ ঘটনা।
  • অচিনাক্ত বাহনে মহতিয়াই নিলে এজন পথাচাৰীক ।
  • বাহনৰ খুন্দাত থিতাতে নিহত পথাচাৰীজন।
  • নিহত ব্যক্তিজনক বৰ্তমানলৈ চিনাক্ত কৰা হোৱা নাই।
  • পূজা চাই ঘৰলৈ উভতাৰ পথত সংঘটিত এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি