শোকাৱহ পথ দুৰ্ঘটনা, তিনিদিনৰ ছুটীত ঘৰলৈ অহা ৰত্নদ্বীপৰ আৰু ঘূৰি যোৱা নহ’ল…

শোকাৱহ পথ দুৰ্ঘটনা, তিনিদিনৰ ছুটীত ঘৰলৈ অহা ৰত্নদ্বীপৰ আৰু ঘূৰি যোৱা নহ’ল…
  • কোকৰাঝাৰৰ চৰাইখোলাৰ আদাবাৰীত মটৰ চাইকেল দুৰ্ঘটনা।
  • থিতাতে নিহত ৰত্নদ্বীপ মেধী।
  • ৰত্নদ্বীপ মেধী এছ এছ বিত কৰ্মৰত আছিল।
  • মাথোঁ তিনিদিনৰ ছুটীত বৰপেটাৰ পৰা চৰাইখোলাস্থিত ঘৰলৈ আহিছিল।
  • কন্যা সন্তানক আৰ্ট স্কুলৰ পৰা লৈ আহোতে সংঘটিত হয় দূৰ্ঘটনা।
  • দুৰ্ঘটনাত আহত কন্যা সম্প্ৰতি চিকিৎসাধীন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in