ধুবুৰী-কোকৰাঝাৰ সীমান্তৰ মদাতী গাঁৱত সংঘটিত ডাইনী কাণ্ড সন্দৰ্ভত ৪ জনক আটক

ধুবুৰী-কোকৰাঝাৰ সীমান্তৰ মদাতী গাঁৱত সংঘটিত ডাইনী কাণ্ড সন্দৰ্ভত ৪ জনক আটক
  • ধুবুৰী-কোকৰাঝাৰ সীমান্তৰ মদাতী গাঁৱত সংঘটিত ডাইনী কাণ্ড সন্দৰ্ভত চাৰিজনক আটক।
  • ধৃত লোককেইজন মদাতী গাঁৱৰ গাঁওবুঢ়া হীৰেন্দ্ৰ ৰাভা, মুকুন্দ ৰাভা, সুজন চন্দ্ৰ ৰাভা আৰু কৈলাস চন্দ্ৰ ৰাভা।
  • মঙলবাৰে অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুক সাবটিছিল নিৰ্জয় ৰাভা নামৰ এজন লোক।
  • একেটা পৰিয়ালৰে তিনিজনক হত্যাৰ চেষ্টা চলাইছিল একাংশ উন্মাদ অন্ধবিশ্বাসী লোকে।
  • পৰিয়ালটোৰ আন দুজন সম্প্ৰতি চিকিৎসাধীন।
  • মঙলবাৰে নিশা GMCHলৈ অনাৰ পথত মৃত্যু হৈছিল নিৰ্জয় ৰাভাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in