‘বেছি নাভাবে, কেৱল উইকেট দখলৰ চিন্তা’- মেলবৰ্ণ টেষ্ট জয়ৰ পাছত ক’হলীৰ মন্তব্য

‘বেছি নাভাবে, কেৱল উইকেট দখলৰ চিন্তা’- মেলবৰ্ণ টেষ্ট জয়ৰ পাছত ক’হলীৰ মন্তব্য
  • মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়।
  • ১৩৭ ৰানৰ ব্যৱধানত জয় ভাৰতীয় ক্ৰিকেট দলৰ।
  • বিজয়ৰ পাছতেই সংবাদ মাধ্যমৰ আগত মন্তব্য অধিনায়ক ক'হলীৰ।
  • ভাৰতীয় প্ৰেছ ব'লাৰ জে বুমৰাহক লৈ কৰিলে প্ৰশংসা।
  • 'তেওঁ খেলপথাৰত নামিয়ে প্ৰথমে পিটছখন চাই লয়।'
  • 'বেছি কথা নাভাবে, কেৱল উইকেট দখলৰ চিন্তা তেওঁৰ।'
  • 'এইবোৰ কাৰণতেই তেওঁ আনতকৈ পৃথক।'
  • 'বুমৰাহে মালবৰ্ণত অতি সুন্দৰ প্ৰদৰ্শন কৰে।'
  • এই দৰে সংবাদমাধ্যমৰ আগত বুমৰাহৰ প্ৰশংসা কৰে বিৰাট ক'হলীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in