শেহতীয়া খবৰ
মুখ খুলি নক’লেও টিকট নাপায় বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা...  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  হাৰিয়ানাত চিআৰপিএফৰ ৮০ সংখ্যক বাৰ্ষিক অধিবেশন...  •  আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি

‘বেছি নাভাবে, কেৱল উইকেট দখলৰ চিন্তা’- মেলবৰ্ণ টেষ্ট জয়ৰ পাছত ক’হলীৰ মন্তব্য

540
  • মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়।
  • ১৩৭ ৰানৰ ব্যৱধানত জয় ভাৰতীয় ক্ৰিকেট দলৰ।
  • বিজয়ৰ পাছতেই সংবাদ মাধ্যমৰ আগত মন্তব্য অধিনায়ক ক’হলীৰ।
  • ভাৰতীয় প্ৰেছ ব’লাৰ জে বুমৰাহক লৈ কৰিলে প্ৰশংসা।
  • ‘তেওঁ খেলপথাৰত নামিয়ে প্ৰথমে পিটছখন চাই লয়।’
  • ‘বেছি কথা নাভাবে, কেৱল উইকেট দখলৰ চিন্তা তেওঁৰ।’
  • ‘এইবোৰ কাৰণতেই তেওঁ আনতকৈ পৃথক।’
  • ‘বুমৰাহে মালবৰ্ণত অতি সুন্দৰ প্ৰদৰ্শন কৰে।’
  • এই দৰে সংবাদমাধ্যমৰ আগত বুমৰাহৰ প্ৰশংসা কৰে বিৰাট ক’হলীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি