কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আজি ঘৃণা দিৱস, মহানগৰীৰ বৰবাৰীত উৰিল ক’লা পতাকা

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আজি ঘৃণা দিৱস।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী হাত লৈছে সংগঠনটোৱে।
  • জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা প্ৰতিবাদত ৭০টা সংগঠনৰ সমৰ্থন।
  • মহানগৰীৰ বৰবাৰীত উৰিল ক'লা পতাকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in