শেহতীয়া খবৰ
এলাগী হৈছে গুৱাহাটী!  •  ৰাজ্যত পুনৰ ৮১৪জনৰ দেহত ধৰা পৰে কোভিড-১৯...  •  চানমাৰিস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ১৬জন কৰ্মচাৰীৰ দেহত কোভিড-১৯...  •  কোভিড-১৯ঃ অসমত পুনৰ এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  গুৱাহাটীত কিমান আৰক্ষী আক্ৰান্ত কোভিড-১৯ত...  •  এনএইচপিচিয়ে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ...  •  কেনেকৈ দিছপুৰৰ সচিবালয়ত লাগিল জুই...  •  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সচিবালয়ত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...

অখিল গগৈসহ কেএমএছএছৰ কাৰাবন্দী নেতাসকলক শনিবাৰে হাজিৰ কৰোৱা হ’ব চিজেএম আদালতত

287
  • অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাবন্দী নেতাসকলক শনিবাৰে হাজিৰ কৰোৱা হ’ব কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।
  • কিছুসময়ৰ পিছতে তেওঁলোকক হাজিৰ কৰোৱাৰ সম্ভাৱনা।
  • শনিবাৰে নেতাকেইগৰাকীক পুনৰ CID-য়ে জিম্মাত বিচাৰিব পাৰে।
  • উল্লেখ্য যে, বিগত ডেৰ মাহৰো অধিক কাল কেএমএছএছৰ কেইবাগৰাকী নেতা কাৰাগাৰত আছে।
  • তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল NIA-ই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি