অখিল গগৈসহ কেএমএছএছৰ কাৰাবন্দী নেতাসকলক শনিবাৰে হাজিৰ কৰোৱা হ’ব চিজেএম আদালতত

ফাইল ফটো
ফাইল ফটো
  • অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাবন্দী নেতাসকলক শনিবাৰে হাজিৰ কৰোৱা হ'ব কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।
  • কিছুসময়ৰ পিছতে তেওঁলোকক হাজিৰ কৰোৱাৰ সম্ভাৱনা।
  • শনিবাৰে নেতাকেইগৰাকীক পুনৰ CID-য়ে জিম্মাত বিচাৰিব পাৰে।
  • উল্লেখ্য যে, বিগত ডেৰ মাহৰো অধিক কাল কেএমএছএছৰ কেইবাগৰাকী নেতা কাৰাগাৰত আছে।
  • তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল NIA-ই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in