শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...  •  ডনেশ্যন, ইলেকশ্যনত ৰাষ্ট্ৰীয় ঘাইপথৰ পুঁজি! ধন নোপোৱা ঠিকাদাৰে তলা মাৰিলে টি কে ইঞ্জিনিয়াৰিঙৰ ২ কাৰ্যালয়ত, VIDEO

বিজেপিক এইবাৰ নিৰ্বাচনত পৰাভূত কৰাতো অসমবাসীৰ কৰ্তব্যঃ অখিল গগৈ…

505
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল।
  • সংবাদমেল সম্বোধন কৰে কৃষক নেতা অখিল গগৈয়ে।
  • সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ বিজেপিক এইবাৰ লোকসভা নিৰ্বাচনত পৰাভূত কৰিব লাগে বুলি মন্তব্য কৰে।
  • তেওঁ কয়- ‘৭০ সংগঠনে ইতিমধ্যে ঘোষণা কৰিছো, আৰু কৃষক মুক্তিৰ স্পষ্ট কথা যে- বিজেপিক এইবাৰ নিৰ্বাচনত পৰাভূত কৰিব লাগে।’
  • ‘বিজেপিত এইবাৰ পৰাভূত কৰাতো অসমৰ লগতে সমগ্ৰ দেশৰ নাগৰিকৰ কৰ্তব্য।’
  • ‘বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন আকৌ আনিম বুলি ঘোষণা কৰিছে।’
  • ‘গতিকে অসমবাসীয়ে এইবাৰ বিজেপিক পৰাভূত কৰাতো কৰ্তব্য।’
  • ‘যি দলে বিদেশী আনিম বুলি কৈছে, সেই দলক ভোট দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে।’
  • কৃষক নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি সংবাদমেলত কয়-
  • ‘নৰেন্দ্ৰ মোডীয়ে কাৰো লগত আলোচনা নকৰাকৈ বিমুদ্ৰাকৰণ কৰিলে।’
  • ‘নৰেন্দ্ৰ মোডীয়ে কাৰো লগত আলোচনা নকৰাকৈ জি এছ টি আনিলে।’
  • ‘তাৰ ফলস্বৰূপে দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে শেষ হৈ গ’ল।’
  • ‘নৰেন্দ্ৰ মোডী, বিজেপি আৰু আৰ এছ এছে দেশত সাম্প্ৰদায়িক সংঘাতৰ বাতাৰণ সৃষ্টি কৰিছে।’
  • ‘তেওঁলোকে দেশৰ সংবিধানখন সলনি কৰিব বিচাৰিছে।’
  • ‘আৰু সেই কাৰণে বিজ্ঞ মহলে ঘোষণা কৰিছে- যদিহে আকৌ নৰেন্দ্ৰ মোডী চৰকাৰ আহে তেন্তে দেশত হয়তো আৰু নিৰ্বাচনেই নহ’ব।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি