শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

আইপিএলৰ অষ্টমখন মেচঃ হায়দৰাবাদক পৰাস্ত কৰি প্ৰথমখন মেচত জয়ী কলকাতা…

248

ডিজিটেল ডেস্কঃ আইপিএলৰ অষ্টমখন মেচত ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে পৰাস্ত কৰিলে হায়দৰাবাদক। আইপিএলত প্রথমখন মেচত জয়ী হ’ল কলকাতা। মেচখনত কলকাতাক হায়দৰাবাদে সন্মুখত বান্ধি দিছিল ১৪৩ৰানৰ লক্ষ্য।

কলকাতাৰ তৰফৰ পৰা অহা বেটিং কৰিবলৈ অহা এছ জি মাৱাদে ৭০ ৰান আৰু ম’ৰ্গনে ৩৮ ৰানকৈ সংগ্ৰহ কৰি জয় লাভ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি