শেহতীয়া খবৰ
গুজৰাটৰ কেমিকেল ফেক্টৰীত বিস্ফোৰণ, গুৰুতৰভাৱে আহত ৪০জন... • দুৰ্লভ নাথক কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যিক বিজেপিৰ… • এখন গাঁও, দুই শতাধিক দিব্যাংগ আৰু বিদ্যালয়ৰ মুখ নেদেখা কিশোৰবোৰ... • পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা...

৫ দিনীয়া ভ্ৰমণসূচীৰে মাজ নিশা দিল্লী পালেহি নেদাৰলেণ্ডৰ ৰজা-ৰাণী…

716
  • পাঁচদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে মাজনিশা ভাৰত পালেহি নেদাৰলেণ্ডৰ ৰজা উইলেম-আলেকজেণ্ডাৰ আৰু ৰাণী মাক্সিমা ৷
  • দিল্লী বিমানবন্দৰত উপস্থিত হয় দুয়ো ৰজা-ৰাণী।
  • এই ভ্ৰমণত তেওঁলোকে দ্বিপাক্ষিক অৰ্থনীতি আৰু ৰাজনৈতিক সহযোগিতা সম্বন্ধে ভাৰতৰ শীৰ্ষ নেতৃবৃন্দৰ লগত আলোচনাত মিলিত হ’ব ৷
  • ২০১৩ চনত ৰাজকীয় শাসনভাৰ গ্ৰহণ কৰাৰ পাছত ডাচ্চ ৰজা-ৰাণীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।
  • ৰাজকীয় দম্পতীহালে দিল্লীৰ উপৰি মুম্বাই আৰু কেৰালাৰ ভ্ৰমণত যাব ৷
  • তেওঁলোকে সোমবাৰে ৰাষ্ট্ৰপতি কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব ৷
  • তদুপৰি তেওঁলোকে বুধবাৰে দিল্লীত ২৫ সংখ্যক প্ৰযুক্তি শীৰ্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানতো অংশ ল’ব ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি