ৱেষ্ট ইণ্ডিজৰ পৰৱৰ্তী এদিনীয়া আৰু টি-২০ৰ অধিনায়ক হ’ব কিৰণ প’লাৰ্ড…

ৱেষ্ট ইণ্ডিজৰ পৰৱৰ্তী এদিনীয়া আৰু টি-২০ৰ অধিনায়ক হ’ব কিৰণ প’লাৰ্ড…
  • কিৰণ পোলাৰ্ড ৱেষ্ট ইণ্ডিজৰ পৰৱৰ্তী এদিনীয়া আৰু টি-২০ৰ অধিনায়ক।
  • খেলুৱৈগৰাকীক নিৰ্বাচন কৰা হয় সোমবাৰে।
  • উল্লেখ্য যে, তেওঁ ২০১৬ চনৰ পৰা খেলা নাই এদিনীয়া।
  • উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজে ২০১২ চনৰ টি-২০ বিশ্বকাপ জিকাৰ সময়ত প'লাৰ্ড আছিল দলটোত।
  • প'লাৰ্ডৰ পূৰ্বে হ'ল্ডাৰ আছিল দলটোৰ অধিনায়ক।
  • বৰ্তমানৰ লৈকে মুঠ ১০১খন এদিনীয়া খেলিছে তেওঁ।
  • অধিনায়ক নিৰ্বাচিত হৈয়ে তেওঁ ধন্যবাদ জনালে ৱেষ্ট ইণ্ডিজৰ নিৰ্বাচকমণ্ডলীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in