শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ৱেষ্ট ইণ্ডিজৰ পৰৱৰ্তী এদিনীয়া আৰু টি-২০ৰ অধিনায়ক হ’ব কিৰণ প’লাৰ্ড…

212
  • কিৰণ পোলাৰ্ড ৱেষ্ট ইণ্ডিজৰ পৰৱৰ্তী এদিনীয়া আৰু টি-২০ৰ অধিনায়ক।
  • খেলুৱৈগৰাকীক নিৰ্বাচন কৰা হয় সোমবাৰে।
  • উল্লেখ্য যে, তেওঁ ২০১৬ চনৰ পৰা খেলা নাই এদিনীয়া।
  • উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজে ২০১২ চনৰ টি-২০ বিশ্বকাপ জিকাৰ সময়ত প’লাৰ্ড আছিল দলটোত।
  • প’লাৰ্ডৰ পূৰ্বে হ’ল্ডাৰ আছিল দলটোৰ অধিনায়ক।
  • বৰ্তমানৰ লৈকে মুঠ ১০১খন এদিনীয়া খেলিছে তেওঁ।
  • অধিনায়ক নিৰ্বাচিত হৈয়ে তেওঁ ধন্যবাদ জনালে ৱেষ্ট ইণ্ডিজৰ নিৰ্বাচকমণ্ডলীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি