শেহতীয়া খবৰ
দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ...  •  কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড  •  আতৰাব পৰা যাবনে দিল্লীৰ শ্বাহীনবাগৰ পৰা প্ৰতিবাদকাৰীসকলক, বুধবাৰে উচ্চতম ন্যায়ালয়ত শুনানি...  •  দিল্লীত প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, আৰক্ষীসহ নিহতৰ সংখ্যা ১৭ লৈ বৃদ্ধি  •  বাছ-কাৰৰ সংঘৰ্ষ, নিহত ৫জন...  •  উৰিয়ামঘাটত সদৌ অসম ভাওঁনা প্ৰতিযোগিতা  •  ৰাজ্যত অবাধে সৰবৰাহ হৈ আছে লালি গুৰ, VIDEO

ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ

144

ডিজিটেল সংবাদ, বোকাজানঃ মঙলবাৰৰ পৰা কাৰ্বি আংলঙৰ সৰিয়হজানৰ হাংজালাংছ ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ হৈছে ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতা৷ অসম ফুটবল সন্থাৰ উদ্যোগত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হৈছে প্ৰটিযোগিতাখন।

আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানৰ পাছতেই শদিয়া আৰু গোলাঘাটৰ ধনশিৰী একাদশৰ পাছত উদ্বোধনী খেলখন অনুষ্ঠিত হয়৷ এই খেলত শদিয়াই ধনশিৰীক ২-০গ’লৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হয়৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি