ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ

ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ

ডিজিটেল সংবাদ, বোকাজানঃ মঙলবাৰৰ পৰা কাৰ্বি আংলঙৰ সৰিয়হজানৰ হাংজালাংছ ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ হৈছে ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতা৷ অসম ফুটবল সন্থাৰ উদ্যোগত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হৈছে প্ৰটিযোগিতাখন।

আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানৰ পাছতেই শদিয়া আৰু গোলাঘাটৰ ধনশিৰী একাদশৰ পাছত উদ্বোধনী খেলখন অনুষ্ঠিত হয়৷ এই খেলত শদিয়াই ধনশিৰীক ২-০গ'লৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হয়৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in