শীঘ্ৰে খিলঞ্জীয়া মঞ্চ অসমৰ সঁজাতী দল যাব ছৈখোৱাঘাটলৈ

শীঘ্ৰে খিলঞ্জীয়া মঞ্চ অসমৰ সঁজাতী দল যাব ছৈখোৱাঘাটলৈ
  • মৃণাল হাজৰিকা আৰু জিতেন দত্তক বিনাচৰ্তে মুক্তিৰ দাবী খিলঞ্জীয়া মঞ্চ অসমৰ।
  • ছৈখোৱাঘাটলৈ যোৱাৰ সিদ্ধান্ত লৈছে খিলঞ্জীয়া মঞ্চ অসমে।
  • শীঘ্ৰেই খিলঞ্জীয়া মঞ্চ অসমৰ সঁজাতী দল যাব ছৈখোৱাঘাটলৈ।
  • ভুক্তভোগী পৰিয়ালক সাক্ষাত্‍ কৰিব খিলঞ্জীয়া মঞ্চ অসমৰ দলটোৱে।
  • মৃণাল হাজৰিকা আৰু জিতেন দত্তক মুকলি কৰি দিয়াৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে দলটোৱে।
  • সংবাদমেলত এই মন্তব্য কৰিছে আলফা নেতা অনুপ চেতিয়াই।
  • ইফালে  শিলাদিত্য দেৱ, প্ৰদীপ দত্ত ৰয়, চন্দন সৰকাৰ আৰু অৰ্ধেন্দু দেক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে চেতিয়াই ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বৰ্জন কৰাৰ বাবে সকলোকে আহ্বান কৰিলে অনুপ চেতিয়াই ।
  • অসম চৰকাৰকো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে আহ্বান জনায় অনুপ চেতিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in