ক্ষেত্ৰীৰ ধোপগুৰিত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…

ক্ষেত্ৰীৰ ধোপগুৰিত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…
  • মহানগৰীৰ ক্ষেত্ৰীৰ ধোপগুৰিত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • ৰাষ্ট্ৰীয় ঘাইপথত তেজৰে ৰাঙলী হৈ পৰি থকা অৱস্হাত যোৱা নিশা উদ্ধাৰ ২৪/২৫ বছৰীয়া যুৱক জনৰ মৃতদহটো ।
  • জিন্স পেণ্ট ,লেডাৰৰ জেকেট পৰিহিত মৃত যুৱকজনৰ কোনো পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।
  • এয়া দুৰ্ঘটনা নে অন্য কিবা তাক লৈ আৰক্ষীৰ অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in