শেহতীয়া খবৰ
হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...  •  দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক...  •  সন্ধিয়া ৭ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  সন্ধিয়া ৭ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৬৬ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক ক’ত কিমান লোক আক্ৰান্ত...  •  COVID-19ত আক্ৰান্ত হৈ ৬৬ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক ক’ত কিমান লোক আক্ৰান্ত...  •  COVID-19ৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱাৰ সন্দৰ্ভত কি ক’লে স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিবে...

ক্ষেত্ৰীৰ ধোপগুৰিত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…

168
  • মহানগৰীৰ ক্ষেত্ৰীৰ ধোপগুৰিত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • ৰাষ্ট্ৰীয় ঘাইপথত তেজৰে ৰাঙলী হৈ পৰি থকা অৱস্হাত যোৱা নিশা উদ্ধাৰ ২৪/২৫ বছৰীয়া যুৱক জনৰ মৃতদহটো ।
  • জিন্স পেণ্ট ,লেডাৰৰ জেকেট পৰিহিত মৃত যুৱকজনৰ কোনো পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।
  • এয়া দুৰ্ঘটনা নে অন্য কিবা তাক লৈ আৰক্ষীৰ অব্যাহত ৰাখিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি