ক্ষেত্ৰীত ভয়ংকৰ ঘটনা, ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পতি-পত্নীৰ…

ক্ষেত্ৰীত ভয়ংকৰ ঘটনা, ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পতি-পত্নীৰ…
  • কামৰূপ(মহানগৰ)ৰ অন্তৰ্গত ক্ষেত্রীৰ উলুবামত শোকাৱহ ঘটনা।
  • ৰে'লৰ খুন্দাত নিহত পতি-পত্নী।
  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
  • নামনিমুৱা কলং-কপিলী এক্সপ্রেছৰ খুন্দাত নিহত দম্পতী।
  • নিহতদ্বয় ৰাজৱী পাহাৰীয়া ওৰফে টেটুন, চন্দ্রমা চেত্রী।
  • নিহতদ্বয়ৰ ঘৰ ক্ষেত্রীৰ ২নং সেনাবৰত বুলি জানিব পৰা গৈছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in