শেহতীয়া খবৰ
স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...

ক্ষেত্ৰীত ভয়ংকৰ ঘটনা, ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পতি-পত্নীৰ…

  • কামৰূপ(মহানগৰ)ৰ অন্তৰ্গত ক্ষেত্রীৰ উলুবামত শোকাৱহ ঘটনা।
  • ৰে’লৰ খুন্দাত নিহত পতি-পত্নী।
  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
  • নামনিমুৱা কলং-কপিলী এক্সপ্রেছৰ খুন্দাত নিহত দম্পতী।
  • নিহতদ্বয় ৰাজৱী পাহাৰীয়া ওৰফে টেটুন, চন্দ্রমা চেত্রী।
  • নিহতদ্বয়ৰ ঘৰ ক্ষেত্রীৰ ২নং সেনাবৰত বুলি জানিব পৰা গৈছে