শেহতীয়া খবৰ
কংগ্ৰেছ সাংসদে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন..  •  এছ আই কেলংকাৰীৰ কিবা খবৰ আছে নেকি ? যোগাযোগ কৰক আৰক্ষীক...  •  পি কে দত্তৰ ড্ৰাইভাৰ আনোৱাৰক দৰমহা দিয়ে অসম আৰক্ষীয়ে!  •  মৃত্যুদুতলৈ পৰিণত মৰিয়নি-মোককচাং পথঃ তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক...  •  ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লৰ বাকৰিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্য্যসূচী...  •  সৰভোগত ২০১৮-১৯ বৰ্ষৰ আছুতীয়া পুঁজিৰ অনুদান বিতৰণ বিধায়ক ৰঞ্জিত দাসৰ...  •  ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰৈ থকা ট্ৰাকত বাহনে মাৰিলে খুন্দা, নিহত প্ৰসূতীসহ ৭জন...  •  একালৰ মুখ্যমন্ত্ৰীৰ সতীৰ্থ, আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গৌতম ৰায়ৰ মৃত্যু...  •  বৰপেটাৰ ভেল্লাত হস্তনিৰ্মিত ৰিভ'লভাৰ সহ তিনিজনক গ্ৰেপ্তাৰ..  •  দ্ৰুতবেগী মালবাহী ৰে'লৰ খুন্দাত দুটাকৈ বন্যহস্তীৰ মৃত্যু...

খেল’ ইণ্ডিয়া ২০২০ৰ ফুটবল মেচত দিল্লীৰ বিৰুদ্ধে ৪-০ গ’লত জয়ী অসমৰ মহিলা দল…

179
  • খেল’ ইণ্ডিয়া য়ুথ গেমছ ২০২০ত শুকুৰবাৰে অনুষ্ঠিত হয় অসম বনাম দিল্লীৰ মাজত ফুটবল মেচ।
  • খেলখনত অসমে কৰে ৪টাকৈ গ’ল।
  • দিল্লী ফুটবল দলটোৱে এটাও গ’ল কৰিবলৈ সক্ষম নহয় খেলখনত।
  • ২১ অনুৰ্ধৰ মহিলা শাখাৰ এই ফুটবল মেচখন অনুষ্ঠিত হয় নেহৰু ষ্টেডিয়ামত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি