অৱশেষত ভাৰতত প্ৰৱেশ এন এছ চি এন (কে)ৰ অপসাৰিত অধ্যক্ষ খাংগু কন্যাকৰ

অৱশেষত ভাৰতত প্ৰৱেশ এন এছ চি এন (কে)ৰ অপসাৰিত অধ্যক্ষ খাংগু কন্যাকৰ
  • অৱশেষত ভাৰতত প্ৰৱেশ কৰিলে এন এছ চি এন (কে)ৰ অপসাৰিত অধ্যক্ষ খাংগু কন্যাক।
  • ভাৰতত প্ৰৱেশ কৰিয়ে নিজকে ভাৰত চৰকাৰৰ যুদ্ধবিৰতিৰ বিৰোধী নহয় বুলি মন্তব্য তেওঁৰ।
  • খাংগু কন্যাকক নাগালেণ্ডৰ মন জিলাত আদৰণি জনালে বহু দল-সংগঠনে।
  • ১৭ আগষ্টত এন এছ চি এন (কে)ৰ অধ্যক্ষ পদৰ পৰা অপসাৰিত হৈছিল কন্যাক।
  • কন্যাকৰ অপসাৰণৰ পাছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in