নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত উত্তাল প্ৰতিবাদ, VIDEO

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত উত্তাল প্ৰতিবাদ, VIDEO
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ।
  • জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহিল কেবা শ ছাত্ৰ-ছাত্ৰী।
  • সকলোৱে কেব বাতিল কৰাৰ দাবী তোলে।
  • হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক যিকোনো মূল্যৰ বিনিময়ত বাতিল কৰাৰ দাবী।
  • ছাত্ৰ-ছাত্ৰীসকলে বিজেপি গ' বেক ধ্বনি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in