শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

419
  • খানাপাৰাত ৭২ সংখ্যাক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ।
  • ভাষণত ক’লে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাত প্ৰতিশ্ৰুতিৱদ্ধ চৰকাৰ।
  • এন আৰ চি প্ৰসংগই স্থান পালে মুখ্যমন্ত্ৰীৰ ভাষণত।
  • ঐক্য-সম্প্ৰীতি-সমন্বয় ৰক্ষাৰ বাবে ৰাইজক ধন্যবাদ।
  • এন আৰ চিত নিয়োজিত ৫৫ হাজাৰ কৰ্মচাৰীক ধন্যবাদ।
  • সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল হ’ব চৰকাৰ।
  • দুৰ্নীতিমুক্ত ৰাজ্য গঢ়াৰ লক্ষ্য চৰকাৰৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি