খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

ফটোঃ চিন্ময় ৰয়
ফটোঃ চিন্ময় ৰয়
  • খানাপাৰাত ৭২ সংখ্যাক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ।
  • ভাষণত ক'লে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাত প্ৰতিশ্ৰুতিৱদ্ধ চৰকাৰ।
  • এন আৰ চি প্ৰসংগই স্থান পালে মুখ্যমন্ত্ৰীৰ ভাষণত।
  • ঐক্য-সম্প্ৰীতি-সমন্বয় ৰক্ষাৰ বাবে ৰাইজক ধন্যবাদ।
  • এন আৰ চিত নিয়োজিত ৫৫ হাজাৰ কৰ্মচাৰীক ধন্যবাদ।
  • সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল হ'ব চৰকাৰ।
  • দুৰ্নীতিমুক্ত ৰাজ্য গঢ়াৰ লক্ষ্য চৰকাৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in