কেৰেলাত ঈদ-উল-জোহা পালন…

কেৰেলাত ঈদ-উল-জোহা পালন…

ডিজিটেল ডেস্কঃ কেৰেলাত উদযাপন কৰিলে পবিত্ৰ ঈদ-উল-জোহা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে সীমিত সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হৈছে কেৰেলাত। উল্লেখ্য যে অসমত কাইলৈ পালন কৰা হ'ব পবিত্ৰ ঈদ-উল-জোহা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in