কেৰালাত একেলগে এৰি দিছে ২৪টা নদীবান্ধৰ পানী

কেৰালাত একেলগে এৰি দিছে ২৪টা নদীবান্ধৰ পানী

  • কেৰালা বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা।
  • ২৪টাকৈ নদীবান্ধৰ গেট খুলি দিয়া হৈছে।
  • ধাৰাষাৰ বৰষুণ অব্যাহত।
  • ইদ্দুকিত নিহতৰ সংখ্যা ১১লৈ বৃদ্ধি।
  • শুকুৰবাৰে পুৱা ৭ বজাতে প্ৰশাসনে জাৰি কৰিছে হাই এলাৰ্ট।
  • দুগুণ বৃদ্ধি পাব নদীবান্ধসমূহে এৰি দিয়া পানীৰ পৰিমাণ।
  • ১লাখ লিটাৰকৈ প্ৰতিটো ছেকেণ্ডত পানী এৰিছে নদীবান্ধৰ পৰা।
  • বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
  • প্ৰথমবাৰৰ বাবে ৰাজ্যখনত একেলগে খুলি দিয়া হৈছে ২৪টাকৈ নদীবান্ধৰ গেট।
  • বৃহস্পতিবাৰে নদীবান্ধৰ পৰা এৰি দিয়া পানীৰ পৰিমাণ আছিল প্ৰতি ছেকেণ্ডত ৫০হাজাৰ লিটাৰ।
  • অভাৱনীয় পৰিস্থিতি কেৰালাত।
  • প্ৰতিখন জিলাতেই হেল্পলাইন নম্বৰ মুকলি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in