লকডাউন উলংঘা কৰি মছজিদত ব্যস্ত, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইমামসহ ২জনক

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কেৰেলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ইমামক।
  • লগতে লকডাউন উলংঘা কৰি কাছাৰাগদ জিলাৰ এটা মছজিদত উপাসনা কৰি থকা এজন লোককো গ্ৰেপ্তাৰ।
  • লোকজনে আৰাই জুম্মা মছজিদত লকডাউন উলংঘা কৰি উপাসনা কৰি আছিল।
  • নিলেশ্বৰম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোক দুজনক।
  • ইফালে কাছাৰাগদ জিলাৰ আয়ুক্তই দদুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে।
  • ভাৰতীয় দণ্ডবিধি আইনৰ ২৬৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in