বিধানসভা নিৰ্বাচনৰ বাবে দলীয় টিকট নাপায় কংগ্ৰেছ নেত্ৰীয়ে খুৰালে চুলি…

বিধানসভা নিৰ্বাচনৰ বাবে দলীয় টিকট নাপায় কংগ্ৰেছ নেত্ৰীয়ে খুৰালে চুলি…
  • বিধানসভা নিৰ্বাচনৰ বাবে দলৰ পৰা টিকট নাপাই মূৰৰ চুলি খুৰাই প্ৰতিবাদ কৰিলে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে ।
  • কেৰেলা মহিলা কংগ্ৰেছৰ মুৰব্বী লাথিকা সুভাষে কৰে এই ব্যতিক্ৰমী প্ৰতিবাদ ।
  • তিৰুৱানন্তপুৰমৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ।
  • নেত্ৰী গৰাকীয়ে কয়, "মই কোনো দলত যোগদান কৰা নাই কিন্তু মই মোৰ পদৰ পৰা পদত্যাগ কৰিম।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in