কেৰালাত অপৰিৱৰ্তিত বান পৰিস্থিতি! এসপ্তাহত নিহত ১০২জন…

কেৰালাত অপৰিৱৰ্তিত বান পৰিস্থিতি! এসপ্তাহত নিহত ১০২জন…
  • কেৰালাত বানৰ সংহাৰ ৰূপ অব্যাহত।
  • এসপ্তাহত বানৰ ফলত নিহত কেইবাজনো লোক।
  • ৮ আগষ্টৰ পৰা ১৪ আগষ্টলৈ ৰাজ্যখনত বানৰ ফলত মৃত্যু ১০২জনকৈ লোকৰ।
  • ইফালে, সন্ধানহীন হৈ আছে ৫৯জন লোক
  • কেৰালাত বানৰ ফলত আহত লোকৰ সংখ্যা যোৱা এসপ্তাহত ৩৫জন।
  • কেৰালা দুৰ্যোগ প্ৰশমন বিভাগে জনাই এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in