শেহতীয়া খবৰ
অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...

কেৰালাত অপৰিৱৰ্তিত বান পৰিস্থিতি! এসপ্তাহত নিহত ১০২জন…

66
  • কেৰালাত বানৰ সংহাৰ ৰূপ অব্যাহত।
  • এসপ্তাহত বানৰ ফলত নিহত কেইবাজনো লোক।
  • ৮ আগষ্টৰ পৰা ১৪ আগষ্টলৈ ৰাজ্যখনত বানৰ ফলত মৃত্যু ১০২জনকৈ লোকৰ।
  • ইফালে, সন্ধানহীন হৈ আছে ৫৯জন লোক
  • কেৰালাত বানৰ ফলত আহত লোকৰ সংখ্যা যোৱা এসপ্তাহত ৩৫জন।
  • কেৰালা দুৰ্যোগ প্ৰশমন বিভাগে জনাই এই কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি