কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ান কোৰোনাত আক্ৰান্ত…
- কেৰালাৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত।
- ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ানৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- টুইটাৰযোগে খোদ এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
- উল্লেখ্য যে, ৩ মাৰ্চত কোভিড ভেকচিন লৈছিল তেওঁ।