শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

কথমপি প্ৰাণৰক্ষা! চোচৰাই নিলে স্কুটী, বাছৰ তলত আৰোহী… VIDEO

208


ডিজিটেল ডেস্কঃ কেৰালাত কথমপি ৰক্ষা পৰিল এগৰাকী স্কুটী আৰোহী। এখন বাছে চোচৰাই নিলে এখন স্কুটী। বাছখনৰ তলত সোমাই যায় স্কুটী আৰোহীজন। কিন্তু সৌভাগ্যবশত লোকজন কিছু আহত হৈছে যদিও গুৰুতৰভাৱে তেওঁ আঘাতপ্ৰাপ্ত হোৱা নাই।

সোমবাৰে কেৰেলাৰ এনগাপুঝাত সংঘটিত এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচি টিভি কেমেৰাত। অঞ্চলটোৰ এটা বাছ আস্থানৰ নিচেই সমীপত ব’গা ৰঙৰ স্কুটীখনত খুন্দা মাৰে এই ব্যক্তিগত বাছখনে। তাৰপাছতেই কিছু দূৰলৈ বাছখনে চোচৰাই নিয়ে স্কুটীসহ আৰোহীজনক। দুৰ্ঘটনাৰ পাছতেই উক্ত স্থানত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে চিঞৰ-বাখৰ কৰি বাছখন ৰখায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি