শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা! কেৰেলা বিধানসভাত প্ৰৱেশত বাধা ৰাজ্যপালক… VIDEO

462
  • কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ বিৰুদ্ধে ৰাজ্যখনৰ বিধানসভাৰ মজিয়াত বুধবাৰে একাংশ বিধায়কে সাব্যস্ত কৰে প্ৰতিবাদ।
  • বিধানসভাৰ মজিয়াত ইউডিএফ দলৰ বিধায়কসকলে সাব্যস্ত কৰে প্ৰতিবাদ।
Image
  • নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰো বিৰোধিতা বিধায়কসকলৰ।
  • আবদ্ধ কৰি ৰাখিলে ৰাজ্যপালগৰাকীক।

  • ইফালে ৰাজ্যপালগৰাকীয়ে কাৰ বিৰুদ্ধে এটা দফা পঢ়া সময়ত ক’লে, “মুখ্যমন্ত্ৰীয়ে বিচৰাৰ বাবে মই এইটো দফা পঢ়িছো।”
  • “কাৰ্যসূচীৰ ভিতৰত এইয়া সন্নিৱিষ্ট নহয়।”
  • “মুখ্যমন্ত্ৰীয়ে কৈছে এইয়া চৰকাৰৰ কবলগীয়া।”
  • “সেইবাবে মই পঢ়িছো।”
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি