নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা! কেৰেলা বিধানসভাত প্ৰৱেশত বাধা ৰাজ্যপালক… VIDEO

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা! কেৰেলা বিধানসভাত প্ৰৱেশত বাধা ৰাজ্যপালক… VIDEO
  • কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ বিৰুদ্ধে ৰাজ্যখনৰ বিধানসভাৰ মজিয়াত বুধবাৰে একাংশ বিধায়কে সাব্যস্ত কৰে প্ৰতিবাদ।
  • বিধানসভাৰ মজিয়াত ইউডিএফ দলৰ বিধায়কসকলে সাব্যস্ত কৰে প্ৰতিবাদ।
  • নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰো বিৰোধিতা বিধায়কসকলৰ।
  • আবদ্ধ কৰি ৰাখিলে ৰাজ্যপালগৰাকীক।
  • ইফালে ৰাজ্যপালগৰাকীয়ে কাৰ বিৰুদ্ধে এটা দফা পঢ়া সময়ত ক'লে, "মুখ্যমন্ত্ৰীয়ে বিচৰাৰ বাবে মই এইটো দফা পঢ়িছো।"
  • "কাৰ্যসূচীৰ ভিতৰত এইয়া সন্নিৱিষ্ট নহয়।"
  • "মুখ্যমন্ত্ৰীয়ে কৈছে এইয়া চৰকাৰৰ কবলগীয়া।"
  • "সেইবাবে মই পঢ়িছো।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in