পথৰ কাষত থকা গছত খুন্দা বাছৰ, এগৰাকী যাত্ৰী থিতাতে নিহত…

পথৰ কাষত থকা গছত খুন্দা বাছৰ, এগৰাকী যাত্ৰী থিতাতে নিহত…
  • পুৱতি নিশা কেৰালাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।
  • এখন যাত্ৰীবাহী বাছে খুন্দা মাৰে পথৰ কাষত থকা গছত।
  • কোছিত সংঘটিত হৈছে এই ঘটনা।
  • এগৰাকী যাত্ৰী থিতাতে নিহত হয় এই দুৰ্ঘটনাত।
  • আনহাতে বাছখনত থকা ২৫গৰাকী যাত্ৰী আহত হৈছে।
  • সকলোকে ভৰ্তি কৰা হৈছে হস্পাতালত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in