সাহিত্য সভাৰ দাবী মানি ল’লে কেন্দ্ৰিয় বিদ্যালয়ে

সাহিত্য সভাৰ দাবী মানি ল’লে কেন্দ্ৰিয় বিদ্যালয়ে
  • অসম সাহিত্য সভাৰ দাবী মানি ল'লে কেন্দ্ৰিয় বিদ্যালয় সংগঠনে।
  • আন পাঠ্যক্ৰমৰ দৰেই হ'ব আঞ্চলিক ভাষাৰ পাঠ্যক্ৰমৰ পাঠদান।
  • পাঠ্যক্ৰমৰ বাবে নিৰ্ধাৰিত সময়তে এই বিষয়ৰ পাঠ্যক্ৰমো পঢ়াব বিদ্যালয়ে।
  • পূৰ্বতে এক নিৰ্দেশ অনুসৰি কেন্দ্ৰিয় বিদ্যালয় সংগঠনে পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে বা অন্তত আঞ্চলিক ভাষাৰ পাঠ্যক্ৰমৰ পাঠদান হ'ব বুলি জাননী জাৰি কৰিছিল।
  • ইয়াৰ বিৰোধিতা কৰিছিল অসম সাহিত্য সভাই।
  • তাৰ পাছতেই এই নিৰ্দেশ বাতিল কৰিলে কেন্দ্ৰিয় বিদ্যালয়ৰ সংগঠনে।
  • সমগ্ৰ উত্তৰ-পূবতে প্ৰযোজ্য হ'ব এই নিয়ম।
  • গৰম বন্ধৰ পাছৰ পৰা সাধাৰণ পাঠ্যক্ৰমৰ লগতে হ'ব আঞ্চলিক ভাষাৰ পাঠ্যক্ৰমৰ পাঠদান।
  • কেন্দ্ৰিয় বিদ্যালয়ৰ সংগঠনৰ উপ আয়ুক্ত চি পি নিলভে সদৰি কৰিলে এই কথা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in