শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান  •  হায়দৰাবাদৰ এনকাউণ্টাৰক লৈ নিজাববীয়াকৈ তদন্ত আৰম্ভ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ…  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা মমতা বেনাৰ্জীৰ, ক’লে...  •  'কেব’ৰ বিৰুদ্ধে দৰঙত কংগ্ৰেছৰ ৭ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ  •  ‘কেব’ৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত ৰিপুণ বৰাৰ অকলেই প্ৰতিবাদ

সাহিত্য সভাৰ দাবী মানি ল’লে কেন্দ্ৰিয় বিদ্যালয়ে

366
  • অসম সাহিত্য সভাৰ দাবী মানি ল’লে কেন্দ্ৰিয় বিদ্যালয় সংগঠনে।
  • আন পাঠ্যক্ৰমৰ দৰেই হ’ব আঞ্চলিক ভাষাৰ পাঠ্যক্ৰমৰ পাঠদান।
  • পাঠ্যক্ৰমৰ বাবে নিৰ্ধাৰিত সময়তে এই বিষয়ৰ পাঠ্যক্ৰমো পঢ়াব বিদ্যালয়ে।
  • পূৰ্বতে এক নিৰ্দেশ অনুসৰি কেন্দ্ৰিয় বিদ্যালয় সংগঠনে পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে বা অন্তত আঞ্চলিক ভাষাৰ পাঠ্যক্ৰমৰ পাঠদান হ’ব বুলি জাননী জাৰি কৰিছিল।
  • ইয়াৰ বিৰোধিতা কৰিছিল অসম সাহিত্য সভাই।
  • তাৰ পাছতেই এই নিৰ্দেশ বাতিল কৰিলে কেন্দ্ৰিয় বিদ্যালয়ৰ সংগঠনে।
  • সমগ্ৰ উত্তৰ-পূবতে প্ৰযোজ্য হ’ব এই নিয়ম।
  • গৰম বন্ধৰ পাছৰ পৰা সাধাৰণ পাঠ্যক্ৰমৰ লগতে হ’ব আঞ্চলিক ভাষাৰ পাঠ্যক্ৰমৰ পাঠদান।
  • কেন্দ্ৰিয় বিদ্যালয়ৰ সংগঠনৰ উপ আয়ুক্ত চি পি নিলভে সদৰি কৰিলে এই কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি