শেহতীয়া খবৰ
প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...  •  দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক...  •  সন্ধিয়া ৭ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য...

কাৰ্যালয়ত আজি কি কৰি আছে কেজৰিৱালে…

10,499
  • দলৰ সতীৰ্থসকলৰ সৈতে আপৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকি নিৰ্বাচনী ফলাফলত আনন্দ উল্লাসত যোগ দিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
  • বাতৰি চেনেলত নিৰ্বাচনী ফলাফলৰ প্ৰতিটো ক্ষণ উপভোগ কৰিলে কেজৰিৱালে।
Image
  • আপৰ প্ৰতীক ঝাড়ু হাতত লৈ সমৰ্থকে নাচিলে কাৰ্যালয়ৰ চৌহদত।
  • আপৰ কাৰ্যালয়ত উপস্থিত আছে প্ৰশান্ত কিশোৰ।
  • কেজৰিৱালক অভিবাদন জনালে প্ৰশান্ত কিশোৰে।
Image
  • অৰবিন্দ কেজৰিৱালক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
  • দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত মমতাই কয়, ‘এয়া কেজৰিৱালৰ উন্নয়নমূলক কামৰ ফল।’
  • ‘দিল্লীবাসীয়ে প্ৰত্যাখ্যান কৰিলে বিজেপিক।’
  • ‘কা’, এনআৰচি, এনপিআৰক প্ৰত্যাখ্যান দিল্লীৰ জনতাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি