কাৰ্যালয়ত আজি কি কৰি আছে কেজৰিৱালে…

কাৰ্যালয়ত আজি কি কৰি আছে কেজৰিৱালে…
  • দলৰ সতীৰ্থসকলৰ সৈতে আপৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকি নিৰ্বাচনী ফলাফলত আনন্দ উল্লাসত যোগ দিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
  • বাতৰি চেনেলত নিৰ্বাচনী ফলাফলৰ প্ৰতিটো ক্ষণ উপভোগ কৰিলে কেজৰিৱালে।
  • আপৰ প্ৰতীক ঝাড়ু হাতত লৈ সমৰ্থকে নাচিলে কাৰ্যালয়ৰ চৌহদত।
  • আপৰ কাৰ্যালয়ত উপস্থিত আছে প্ৰশান্ত কিশোৰ।
  • কেজৰিৱালক অভিবাদন জনালে প্ৰশান্ত কিশোৰে।
  • অৰবিন্দ কেজৰিৱালক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
  • দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত মমতাই কয়, 'এয়া কেজৰিৱালৰ উন্নয়নমূলক কামৰ ফল।'
  • 'দিল্লীবাসীয়ে প্ৰত্যাখ্যান কৰিলে বিজেপিক।'
  • 'কা', এনআৰচি, এনপিআৰক প্ৰত্যাখ্যান দিল্লীৰ জনতাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in