কাজিৰঙাত পুনৰ চোৰাং চিকাৰিৰ গঁড় হত্যা..

কাজিৰঙাত পুনৰ চোৰাং চিকাৰিৰ গঁড় হত্যা..
  • পুনৰ কাজিৰঙাত গঁড় হত্যা।
  • কাজিৰঙাৰ কহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ সন্মুখত উদ্ধাৰ হৈছে মৃত গঁড়টোৰ।
  • চোৰাং চিকাৰিয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ।
  • মৃত গঁড়টোৰ পৰা কাটি নিছে খৰ্গ।
  • ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক।
  • বুধবাৰৰ নিশা ৮ -৪৫ মিনিটত বনৰক্ষীয়ে শুনিবলৈ পাইছিল গুলীৰ শব্দ।
  • চোৰাং চিকাৰিৰ বিৰুদ্ধে বন বিভাগৰ জোৰদাৰ অভিযান আৰম্ভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in