কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত…

কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত…
  • কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰৰ এখন দলঙত সংঘটিত হয় দুৰ্ঘটনাটো।
  • আল্ট্ৰা বাচ আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাটো শিশু-মহিলা সহ আহত ১১।
  • জানিব পৰা মতে, কণ্টেইনাৰৰ চালক যুগল বনাইকৰ অৱস্থা সংকটজনক।
  • আঘাট প্ৰাপ্ত সকলক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in