শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

কাজিৰঙাৰ সমীপত এ. কে. চিৰিজৰ ৰাইফলসহ গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী…

  • দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাৰ্বি আংলঙত তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ।
  • অসম আৰক্ষীয়ে অভিযান চলায় কাৰ্বি আংলং জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত গ্ৰেপ্তাৰ কৰিছে চোৰাং চিকাৰীকেইজনক।
  • চোৰাংচিকাৰী কেইজন ক্ৰমে ৱেলছন তেৰণ, দেৰেচাং ৰেংমা,এলো ৰেংমা।
  • ধৃত চোৰাং চিকাৰী তিনিজনৰ পৰা জব্দ কৰা হৈছে ত্ৰিশ জাঁই সজিৱ গুলি, দুটা মেগজিন আৰু  দুটা এ. কে. চিৰিজৰ ৰাইফল ।
  • আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চোৰাং চিকাৰী তিনিজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ বাবে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি