কাজিৰঙাৰ সমীপত এ. কে. চিৰিজৰ ৰাইফলসহ গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী…

কাজিৰঙাৰ সমীপত এ. কে. চিৰিজৰ ৰাইফলসহ গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী…
  • দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাৰ্বি আংলঙত তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ।
  • অসম আৰক্ষীয়ে অভিযান চলায় কাৰ্বি আংলং জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত গ্ৰেপ্তাৰ কৰিছে চোৰাং চিকাৰীকেইজনক।
  • চোৰাংচিকাৰী কেইজন ক্ৰমে ৱেলছন তেৰণ, দেৰেচাং ৰেংমা,এলো ৰেংমা।
  • ধৃত চোৰাং চিকাৰী তিনিজনৰ পৰা জব্দ কৰা হৈছে ত্ৰিশ জাঁই সজিৱ গুলি, দুটা মেগজিন আৰু  দুটা এ. কে. চিৰিজৰ ৰাইফল ।
  • আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চোৰাং চিকাৰী তিনিজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ বাবে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in