শেহতীয়া খবৰ
কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ

১২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

269
  • ১২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
  • বাৰিষা কালৰ বাবে বন্ধ হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
  • বন সংমণ্ডল বিষয়া(ডি এফ অ’)আৰ বি শইকীয়াই জাৰি কৰিছে এক বিবৃতি।
  • ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰ ভাগৰ বহু ঠাই এতিয়াও পানীৰ বাবে সেমেকি থকা কাৰণে উদ্যানখনৰ কাজিৰঙা ৰেঞ্জ, কহৰা ৰেঞ্জ আৰু পশ্চিম ৰেঞ্জ, বাগৰি ৰেঞ্জহে পৰ্য্যটকৰ বাবে জীপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হ’ব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি