১২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

১২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…
  • ১২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
  • বাৰিষা কালৰ বাবে বন্ধ হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
  • বন সংমণ্ডল বিষয়া(ডি এফ অ')আৰ বি শইকীয়াই জাৰি কৰিছে এক বিবৃতি।
  • ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰ ভাগৰ বহু ঠাই এতিয়াও পানীৰ বাবে সেমেকি থকা কাৰণে উদ্যানখনৰ কাজিৰঙা ৰেঞ্জ, কহৰা ৰেঞ্জ আৰু পশ্চিম ৰেঞ্জ, বাগৰি ৰেঞ্জহে পৰ্য্যটকৰ বাবে জীপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in