কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড

কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড
  • কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড।
  • কঁহৰাৰ দক্ষিণৰ কাৰ্বিআংলঙৰ ভূমি সংৰক্ষণ বিভাগৰ ৰবৰৰ গুডামত অগ্নিকাণ্ড।
  • কেবালাখ টকাৰ ক্ষতি হোৱাৰ আশংকা।
  • জুইত জাহ যায় ৰবৰ, যন্ত্ৰ, আচবাব ইত্যাদি।
  • পৰৱৰ্তী সময়ত নিৰ্বাপিত কৰা হয় জুই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in