শেহতীয়া খবৰ
সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা

কাটা-লাগাৰ দুটা দশকৰ পিছত আহি আছে শ্বাশ্বতী ফুকনৰ কণ্ঠত ‘থাকিবানে সাৰে’…

438

ডিজিটেল ডেস্কঃ ‘কাটা-লাগা’ শীৰ্ষক গীতেৰে দেশবাসীৰ মাজত জনপ্ৰিয় হৈ পৰা সংগীত শিল্পী শ্বাশ্বতী ফুকন আৰু ধ্ৰুৱজ্যোতি ফুকনৰ যুটিয়ে ২০২০ৰ আৰম্ভণিতে সংগীত প্ৰেমীলৈ আগবঢ়াব এটা মন পৰশা গীত।

সুদীৰ্ঘ দুটা দশকৰ পিছত শ্বাশ্বতী ফুকনৰ কণ্ঠ আৰু ধ্ৰুৱজ্যোতি ফুকনৰ সংগীত ব্যৱস্থাপনাৰে মুক্তিলাভ কৰা ‘থাকিবানে সাৰে’ শীৰ্ষক আধুনিক গীতটোৰ কথা ইবচন লাল বৰুৱাৰ। গীতটোৰ বাণীবন্ধন আৰু মিশ্ৰণ কৰিছে অৱনী তাঁতীয়ে। আনহাতে গীতটোৰ ভিডিঅ’ সংস্কৰণৰ পৰিচালনা কৰিছে অনিৰুদ্ধ বৰুৱাই। অভিনয়ত আছে উৰ্মিলা মহন্ত, উদয়ন বৰুৱা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি