মন্দিৰত সেৱা আগবঢ়াই কৰ্ণাটকত বৰষুণৰ কামনা

মন্দিৰত সেৱা আগবঢ়াই কৰ্ণাটকত বৰষুণৰ কামনা
  • কৰ্ণাটকৰ বৰষুণৰ অভাৱৰ বাবে ৰাইজৰ মাজত হাহাকাৰ।
  • বৃহস্পতিবাৰে কৰ্ণাটকৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে আগবঢ়াই সেৱা।
  • শ্ৰী ৰিষ্য শ্ৰিঙ্গেশ্বৰ মন্দিৰত তেওঁ আগবঢ়াই সেৱা।
  • চিকামাগালুৰুৰ মন্দিৰত সেৱা আগবঢ়াই বৰষুণ কামনা কৰে নেতাজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in