জনসভাত মহিলাৰ দুপাত্তা আজুৰি অভব্য আচৰণ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ, চাওক ভিডিঅ’

জনসভাত মহিলাৰ দুপাত্তা আজুৰি অভব্য আচৰণ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ, চাওক ভিডিঅ’
  • কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্ধাৰামাইয়াৰ অভব্য আচৰণ।
  • জনসভাৰ মাজতে অপদস্থ এগৰাকী মহিলাক।
  • দুপাত্তা আচুৰি মহিলাগৰাকীক দিলে ধমক।
  • সোমবাৰে মহীশূৰত অনুষ্ঠিত হৈছিল এই জনসভাখন।
  • সভাখনত উপস্থিত আছিল প্ৰাক্তম মুখ্যমন্ত্ৰীগৰাকী।
  • তাতেই মহিলাগৰাকীৰ ওপৰত হাত তুলিবলৈ উদ্যত হয় তেওঁ।
  • মহিলাগৰাকীৰ দুপাত্তা আজুৰি আনিবলৈও চেষ্টা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • চাওক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in