কৰ্ণাটকৰ ধাৰৱাড়ত অট্টালিকা খহি নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা, অভিযান অব্যাহত

কৰ্ণাটকৰ ধাৰৱাড়ত অট্টালিকা খহি নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা, অভিযান অব্যাহত
  • কৰ্ণাটকৰ ধাৰৱাড়ত অট্টালিকা খহি পৰি নিহত লোকৰ সন্ধানত অভিযান অব্যাহত।
  • কৰ্ণাটকৰ ধাৰৱাড়ত বৃহস্পতিবাৰে খহি পৰিছিল এটা নিৰ্মীয়মান অট্টালিকা।
  • অট্টালিকা খহি পৰাৰ বাবে ১৫ জনৰো অধিক লোক নিহত হৈছিল।
  • ইফালে দুৰ্ঘটনাটোত আহত হৈছিল প্ৰায় অৰ্ধশতাধিক লোক।
  • অট্টালিকাটোৰ ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ আছিল কেইবাজনো লোক।
  • এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • ৭২ ঘন্টা ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান।
  • মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in