কৰ্ণাটকৰ ধাৰৱাড়ত অট্টালিকা খহি পৰি নিহতৰ সংখ্যা ১৬ লৈ বৃদ্ধি

কৰ্ণাটকৰ ধাৰৱাড়ত অট্টালিকা খহি পৰি নিহতৰ সংখ্যা ১৬ লৈ বৃদ্ধি
  • কৰ্ণাটকৰ ধাৰৱাড়ত অট্টালিকা খহি পৰি নিহত লোকৰ সন্ধানত অভিযান অব্যাহত।
  • কৰ্ণাটকৰ ধাৰৱাড়ত বৃহস্পতিবাৰে(১৯ মাৰ্চ) খহি পৰিছিল এটা নিৰ্মীয়মান অট্টালিকা।
  • অট্টালিকা খহি পৰাৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি।
  • ইফালে দুৰ্ঘটনাটোত আহত হৈছে প্ৰায় অৰ্ধশতাধিক লোক।
  • অট্টালিকাটোৰ ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ আছিল কেইবাজনো লোক।
  • এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • ৭২ ঘন্টাৰো অধিক সময় ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান।
  • মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in